Assam Direct Recruitment Grade IV Question Paper

Assam Direct Recruitment Grade IV Question Paper.

Here are some of the Assam Direct Recruitment Grade IV Questions, which are collected from the candidates.

Assam Direct Recruitment 2022 ৰ 21.08.2022 তাৰিখে হৈ যোৱা Grade IV ৰ প্ৰশ্ন কাকত

Assam Direct Recruitment Grade IV Question Paper

  1. NITI আয়োগৰ সভাপতিজনৰ নাম কি?
  2. নৰনাৰায়ন সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
  3. ১৯৪২ চনৰ আন্দোলনৰ অসমৰ প্ৰথম গৰাকী স্বহীদ কোন?
  4. তৃণভোজী প্ৰাণীৰ বৈক্ষানিক নাম কি?
  5. The Group of Tiger is called?
  6. “অ’ মোৰ আপোনাৰ দেশ” গীতটি প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
  7. “অসম বৈভৱ” বটা প্ৰথমে কোনে পাইছিল?
  8. Right to education সংবিধানৰ কোনটো আৰ্টিকল মতে পোৱা যায়?
  9. ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
  10. বাংলাদেশৰ মুদ্ৰা কি?
  11. বান থিয়েটাৰ ক’ত অৱস্হিত?
  12. Oldest Medical of Assam?
  13. Currency of the UAE?
  14. Hima Das related to which Sport?
  15.  First Assamese sonnet published in which magazine?
  16. Which district shares boundaries with Arunachal Pradesh?
  17. Narendra Modi Stadium, located in?
  18. Capital of Zimbabwe?
  19. Name the international line between Afghanistan and Pakistan.
  20. Last King of the Ahom dynasty?
  21. Who was the second chief minister of Assam?
  22. বেংকক কোনখন দেশৰ ৰাজধানী?
  23. Iron Man of Assam?
  24. চানক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
  25. হিং ক’ৰ পৰা বেছিকৈ অনা হয়?
  26. Pressure Rule  কোনে আৱিষ্কাৰ কৰিছিল?
  27. ভিক্টোৰিয়া মেমোৰিয়েল ক’ত অৱস্থিত?
  28. “হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
  29. “ৰঙ্গমঞ্চ” প্ৰথম ক’ত হৈছিল?
  30. অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্হিত?
  31. “অজগৰ বুৰঞ্জী” কোনে লিখিছিল?
  32. ধপাত দিৱস কেতিয়া পালন কৰা হয়?
  33. MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?
  34. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
  35. 4 মে’ত কি দিৱস পালন কৰা হয়?
  36. First Indian Astronaut?
  37. First Indian ACS?
  38. First Assamese ICS?
  39. Name the sports where “No Ball” is used.
  40. Which Day observed in 8th May?
  41. বৰ্তমান কেবিনেট মন্ত্ৰী কোন?
  42. ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছন প্ৰচলিত হয়?
  43. পলাচীৰ বিখ্যাত যুদ্ধ কিমান চনত হৈছিল?
  44. ইংৰাজৰ প্ৰথম পদাৰ্পণ ভাৰতৰ কোনখন ঠাইত হৈছিল?
  45. কোনখন আইনৰ জৰিয়তে ইংলেণ্ড চৰকাৰে পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা লাভ কৰিছিল?
  46. দ্বৈত শাসন সূচনা কোনে কৰিছিল?
  47. ভাৰতত ইংৰাজৰ পদাৰ্পন কোনজন সম্ৰাটৰ দিনত হৈছিল?
  48. NEPA কোন ৰাজ্যত অৱস্হিত?

Assam Direct Recruitment Grade IV Question Paper

Leave a Comment

Your email address will not be published. Required fields are marked *