Assam Direct Recruitment Grade IV Question Paper.
Here are some of the Assam Direct Recruitment Grade IV Questions, which are collected from the candidates.
Assam Direct Recruitment 2022 ৰ 21.08.2022 তাৰিখে হৈ যোৱা Grade IV ৰ প্ৰশ্ন কাকত
Assam Direct Recruitment Grade IV Question Paper
- NITI আয়োগৰ সভাপতিজনৰ নাম কি?
- নৰনাৰায়ন সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
- ১৯৪২ চনৰ আন্দোলনৰ অসমৰ প্ৰথম গৰাকী স্বহীদ কোন?
- তৃণভোজী প্ৰাণীৰ বৈক্ষানিক নাম কি?
- The Group of Tiger is called?
- “অ’ মোৰ আপোনাৰ দেশ” গীতটি প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
- “অসম বৈভৱ” বটা প্ৰথমে কোনে পাইছিল?
- Right to education সংবিধানৰ কোনটো আৰ্টিকল মতে পোৱা যায়?
- ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
- বাংলাদেশৰ মুদ্ৰা কি?
- বান থিয়েটাৰ ক’ত অৱস্হিত?
- Oldest Medical of Assam?
- Currency of the UAE?
- Hima Das related to which Sport?
- First Assamese sonnet published in which magazine?
- Which district shares boundaries with Arunachal Pradesh?
- Narendra Modi Stadium, located in?
- Capital of Zimbabwe?
- Name the international line between Afghanistan and Pakistan.
- Last King of the Ahom dynasty?
- Who was the second chief minister of Assam?
- বেংকক কোনখন দেশৰ ৰাজধানী?
- Iron Man of Assam?
- চানক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
- হিং ক’ৰ পৰা বেছিকৈ অনা হয়?
- Pressure Rule কোনে আৱিষ্কাৰ কৰিছিল?
- ভিক্টোৰিয়া মেমোৰিয়েল ক’ত অৱস্থিত?
- “হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
- “ৰঙ্গমঞ্চ” প্ৰথম ক’ত হৈছিল?
- অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্হিত?
- “অজগৰ বুৰঞ্জী” কোনে লিখিছিল?
- ধপাত দিৱস কেতিয়া পালন কৰা হয়?
- MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?
- ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
- 4 মে’ত কি দিৱস পালন কৰা হয়?
- First Indian Astronaut?
- First Indian ACS?
- First Assamese ICS?
- Name the sports where “No Ball” is used.
- Which Day observed in 8th May?
- বৰ্তমান কেবিনেট মন্ত্ৰী কোন?
- ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছন প্ৰচলিত হয়?
- পলাচীৰ বিখ্যাত যুদ্ধ কিমান চনত হৈছিল?
- ইংৰাজৰ প্ৰথম পদাৰ্পণ ভাৰতৰ কোনখন ঠাইত হৈছিল?
- কোনখন আইনৰ জৰিয়তে ইংলেণ্ড চৰকাৰে পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা লাভ কৰিছিল?
- দ্বৈত শাসন সূচনা কোনে কৰিছিল?
- ভাৰতত ইংৰাজৰ পদাৰ্পন কোনজন সম্ৰাটৰ দিনত হৈছিল?
- NEPA কোন ৰাজ্যত অৱস্হিত?
Assam Direct Recruitment Grade IV Question Paper